হাইলাকান্দি জিলা পৰিষদৰ নিৰ্বাচনৰ দলীয় অৱস্থান কেনেকুৱা?

হাইলাকান্দি জিলা পৰিষদৰ নিৰ্বাচনৰ দলীয় অৱস্থান কেনেকুৱা?

জিলা পৰিষদ মুঠ আসনঃ ১১

  • বিজেপিয়ে লাভ কৰিছেঃ ৪ 
  • কংগ্ৰেছে লাভ কৰিছেঃ ০
  • অগপই লাভ কৰিছেঃ ১
  • এআইইউডিএফে লাভ কৰিছেঃ ৬
  • অন্যান্য/নিৰ্দলীয়ই লাভ কৰিছেঃ ০

হাইলাকান্দি জিলা পৰিষদৰ নিৰ্বাচনৰ দলীয় অৱস্থান-

  • আলগাপুৰ-মোহনপুৰ এআইইউডিএফৰ দখলত।
  • ৰাঙাউটি-নিতাইনগৰ এআইইউডিএফৰ দখলত।
  • আয়নাখাল-নিশ্চিন্তপুৰ এআইইউডিএফৰ দখলত।
  • ৰংপুৰ-ৰামচণ্ডী এআইইউডিএফৰ দখলত।
  • কাটলিছড়া এআইইউডিএফৰ দখলত।
  • ঘাড়মূৰা-জামিৰা এআইইউডিএফৰ দখলত।
  • মাটিজুৰি-পাইকান বিজেপিৰ দখলত।
  • ৰাজ্যস্বপুৰ বিজেপিৰ দখলত।
  • বৰুনছড়া-বিলাইপুৰ বিজেপিৰ দখলত।
  • পাচগ্ৰাম-কালিনগৰ বিজেপিৰ দখলত।
  • বাটিৰকুপা-বোয়ালিপাৰ অগপৰ দখলত।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in