বিজেপিৰে বিপিএফৰ মিত্ৰতা সন্দৰ্ভত স্থিতি স্পষ্ট হাগ্ৰামা মহিলাৰীৰ

বিজেপিৰে বিপিএফৰ মিত্ৰতা সন্দৰ্ভত স্থিতি স্পষ্ট হাগ্ৰামা মহিলাৰীৰ
  • বিজেপিৰ সৈতে বিপিএফৰ মিত্ৰতা সন্দৰ্ভত স্থিতি স্পষ্ট কৰিলে হাগ্ৰামা মহিলাৰীয়ে।
  • দুটা লোকসভা সমষ্টিত প্ৰাৰ্থিত্ব আগবঢ়াব বিপিএফে।
  • কোকৰাঝাৰ আৰু মঙলদৈ সমষ্টিত অকলে নিৰ্বাচন খেলিব বিপিএফে।
  • 'বিজেপিৰ সৈতে বিপিএফৰ মিত্ৰতা আছে, সভাপতি ৰঞ্জিত দাসে কি কৈছে নাজানো'।
  • কোকৰাঝাৰত এনেদৰে মন্তব্য কৰিলে বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীয়ে। ‍

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in