দ্বিতীয়খন মেচতো পৰাস্ত টীম ইণ্ডিয়া, ইংলেণ্ডৰ শৃংখলা দখল…

দ্বিতীয়খন মেচতো পৰাস্ত টীম ইণ্ডিয়া,  ইংলেণ্ডৰ শৃংখলা দখল…
  • গুৱাহাটীৰ বৰ্ষাপাৰা ষ্ট্ৰেডিয়ামত অনুষ্ঠিত দ্বিতীয়খন টি-২০ মেচতো জয়লাভ ইংলেণ্ডৰ মহিলা ক্ৰিকেট দলৰ।
  • ২-০ ব্যৱধানেৰে শৃংখলা দখল কৰিলে ইংলেণ্ডে।
  • দ্বিতীয়খন খেলত ৫ উইকেটত জয়লাভ কৰে ইংলেণ্ডৰ মহিলা ক্ৰিকেট দলটোৱে।
  • প্ৰথমে বেটিং কৰি ভাৰতে ৮ উইকেটৰ বিনিময়ত সংগ্ৰহ কৰে ১১১ ৰান।
  • প্ৰত্যুত্তৰত ৫টা উইকেট হেৰুৱাই ইংলেণ্ডে সংগ্ৰহ কৰে ১১৪ ৰান।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in