গুৱাহাটীত ৰে’ল আৰক্ষীৰ জালত ৩৪ লাখ টকাৰ নিচাজাতীয় টেবলেটৰ সৈতে ২ যুৱতী…

গুৱাহাটীত ৰে’ল আৰক্ষীৰ জালত  ৩৪ লাখ টকাৰ নিচাজাতীয় টেবলেটৰ সৈতে ২ যুৱতী…
  • গুৱাহাটীত ৰে'ল আৰক্ষীয়ে গ্ৰপ্তাৰ কৰিছে ২ গৰাকী যুৱতীক।
  • যুৱতী দুগৰাকীৰ পৰা জব্দ ৩৪,১০০টা নিচাজাতীয় টেবলেট।
  • নিচাজাতীয় টেবলেটখিনিৰ মূল্য হ'ব প্ৰায় ৩৪ লাখ টকা।
  • ধৃত যুৱতী দুগৰাকীৰ নাম ছোমা পল আৰু সংগীতা মদক।
  • ধৃত যুৱতী দুগৰাকীৰ ঘৰ পশ্চিমবংগৰ আলিপুৰ দুৱাৰত বুলি জানিব পৰা গৈছে।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in