শেহতীয়া খবৰ
ৰাজ্যত আকৌ ২১৫জন কোভিড পজিটিভ, সুস্থ হৈছে ২৮৩২জন...  •  কোভিড-১৯ঃ ৰাজ্যত আকৌ দুজনৰ মৃত্যু...  •  বিহাৰ বিধানসভা নিৰ্বাচন...  •  ৩১ অক্টোবৰত চাব আকাশলৈ, দেখা পাব ‘ব্লু মুন’...  •  উত্তৰ প্ৰদেশৰ গো হত্যা আইনৰ অপব্যৱহাৰকলৈ উদ্বেগ প্ৰকাশ এলাহাবাদ উচ্চ ন্যায়ালয়ৰ...  •  হাথৰছ ধৰ্ষণ-হত্যাকাণ্ডঃ মঙলবাৰে উচ্চতম ন্যায়ালয়ে প্ৰদান কৰিব কিছু গুৰুত্বপূৰ্ণ ৰায়দান...  •  হাতে হাতে দা-তৰোৱাল, তিনিচুকীয়াত বজৰং দলৰ সশস্ত্ৰ বাইক ৰেলী...  •  নৱমী পূজাৰ নিশা বৰপেটাৰোডত সাংবাদিক আক্ৰমণৰ ঘটনা...  •  আইপিএলৰ পৰা বাহিৰ হ’ল চেন্নাই...  •  জম্মু-কাশ্মীৰৰ পিপলছ ডেম’ক্ৰেটিক পাৰ্টীৰ মুৰব্বী মেহবুবা মুফতীৰ মন্তব্যক লৈ সৰৱ তিনি নেতাৰ পদত্যাগ...

গুৱাহাটীত ৰে’ল আৰক্ষীৰ জালত ৩৪ লাখ টকাৰ নিচাজাতীয় টেবলেটৰ সৈতে ২ যুৱতী…

454
  • গুৱাহাটীত ৰে’ল আৰক্ষীয়ে গ্ৰপ্তাৰ কৰিছে ২ গৰাকী যুৱতীক।
  • যুৱতী দুগৰাকীৰ পৰা জব্দ ৩৪,১০০টা নিচাজাতীয় টেবলেট।
  • নিচাজাতীয় টেবলেটখিনিৰ মূল্য হ’ব প্ৰায় ৩৪ লাখ টকা।
  • ধৃত যুৱতী দুগৰাকীৰ নাম ছোমা পল আৰু সংগীতা মদক।
  • ধৃত যুৱতী দুগৰাকীৰ ঘৰ পশ্চিমবংগৰ আলিপুৰ দুৱাৰত বুলি জানিব পৰা গৈছে।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি