শেহতীয়া খবৰ
চীনৰ অবৈধ নিৰ্মাণ আৰু গাওঁ স্থাপনৰ প্ৰতিবাদত সীমান্তত অৰুণাচলীৰ বিশাল সমদল...  •  চীনৰ অবৈধ নিৰ্মাণ আৰু গাওঁ স্থাপনৰ প্ৰতিবাদত সীমান্তত অৰুণাচলীৰ বিশাল সমদল...  •  নলবাৰী নাট্য মন্দিৰত চলচ্চিত্ৰ 'অৰ্জুন' উন্মোচন...  •  জোৰশিমুলী আৰক্ষীৰ ড্ৰাগছৰ বিৰুদ্ধে অভিযান,নগদ ধন আৰু ড্ৰাগছ সহ ১ জনক আটক...  •  বিভিন্ন দাবী আৰু শ্ৰম বিৰোধী নীতিৰ বিৰুদ্ধে মধ্যাহ্ন ভোজন কৰ্মচাৰীৰ তীব্ৰ প্ৰতিবাদ...  •  অৰ্ণৱৰ ৰিপাব্লিক টিভিয়ে চৰকাৰক ধন পৰিশোধ নকৰাকৈ প্ৰচাৰ ভাৰতীৰ বিনামূলীয়া ডিটিএইচ সেৱাত প্ৰৱেশ কৰিছিল...  •  ১ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ'ব উপ-পৰিদৰ্শক পদৰ শাৰীৰিক পৰীক্ষা...  •  ১ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ'ব উপ-পৰিদৰ্শক পদৰ শাৰীৰিক পৰীক্ষা...  •  এ আই ইউ ডি এফৰ লগত হোৱা মিত্ৰতাই কংগ্ৰেছৰ একো ক্ষতি নকৰে : কংগ্ৰেছ নেতা অনিৰুদ্ধ সিং...  •  পুনেৰ চিৰাম ইনষ্টিটিউটৰ নিৰ্মাণৰত অট্টালিকাত অগ্নিকাণ্ড, নিহত পাঁচ গৰাকী...

মহানগৰীৰ হাতীগাঁও আৰক্ষীৰ জালত ডকাইতৰ দল, উদ্ধাৰ পিষ্টলসহ সক্রিয় গুলী…

178
  • মহানগৰীৰ হাতীগাঁও আৰক্ষীৰ জালত ডকাইতৰ দল।
  • আটক ৭টা ডকাইতক, উদ্ধাৰ পিষ্টলসহ সক্রিয় গুলী।
  • ২ লাখ ৫৭ হাজাৰ টকাও উদ্ধাৰ কৰিলে আৰক্ষীয়ে।
  • অভিযানত দীপৰ বিলৰ পৰা উদ্ধাৰ এটা 7.62 পিষ্টল।
  • ৩১ ডিচেম্বৰৰ নিশা বিষ্ণুজ্যোতি পথত চলাইছিল লুটপাত।
  • ধৃত সুৰেন বসুমতাৰী, বিজু বসুমতাৰী, ৰামচন্দ্র নাথ, ৰেকচান চৌধুৰী।
  • ধৃত আদিত্য তিৱাৰী, সন্দীপ সিং, বিক্রম সৰকাৰ।
  • বিহাৰৰ পৰা আটক আদিত্য তিৱাৰী নামৰ ডকাইতটোক।
  • হাতীগাঁৱৰ পৰা বিহাৰলৈ গৈছিল ৭জনীয়া আৰক্ষীৰ এটা দল।
  • ধুবুৰীৰ পৰা আটক বিক্রম সৰকাৰ নামৰ ডকাইতটোক।
  • মহানগৰীৰ বশিষ্ঠৰ পৰা সন্দীপ সিঙক আটক আৰক্ষীৰ।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি