মহানগৰীৰ হাতীগাঁও আৰক্ষীৰ জালত ডকাইতৰ দল, উদ্ধাৰ পিষ্টলসহ সক্রিয় গুলী…

মহানগৰীৰ হাতীগাঁও আৰক্ষীৰ জালত ডকাইতৰ দল, উদ্ধাৰ পিষ্টলসহ সক্রিয় গুলী…

  • মহানগৰীৰ হাতীগাঁও আৰক্ষীৰ জালত ডকাইতৰ দল।
  • আটক ৭টা ডকাইতক, উদ্ধাৰ পিষ্টলসহ সক্রিয় গুলী।
  • ২ লাখ ৫৭ হাজাৰ টকাও উদ্ধাৰ কৰিলে আৰক্ষীয়ে।
  • অভিযানত দীপৰ বিলৰ পৰা উদ্ধাৰ এটা 7.62 পিষ্টল।
  • ৩১ ডিচেম্বৰৰ নিশা বিষ্ণুজ্যোতি পথত চলাইছিল লুটপাত।
  • ধৃত সুৰেন বসুমতাৰী, বিজু বসুমতাৰী, ৰামচন্দ্র নাথ, ৰেকচান চৌধুৰী।
  • ধৃত আদিত্য তিৱাৰী, সন্দীপ সিং, বিক্রম সৰকাৰ।
  • বিহাৰৰ পৰা আটক আদিত্য তিৱাৰী নামৰ ডকাইতটোক।
  • হাতীগাঁৱৰ পৰা বিহাৰলৈ গৈছিল ৭জনীয়া আৰক্ষীৰ এটা দল।
  • ধুবুৰীৰ পৰা আটক বিক্রম সৰকাৰ নামৰ ডকাইতটোক।
  • মহানগৰীৰ বশিষ্ঠৰ পৰা সন্দীপ সিঙক আটক আৰক্ষীৰ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in