সোমবাৰে গুৱাহাটীত পেট্ৰ’ল-ডিজেলৰ মূল্য…

ফাইল ফটো
ফাইল ফটো
  • সোমবাৰে কিছু পৰিমাণে হ্ৰাস পালে পেট্ৰ'ল-ডিজেলৰ মূল্য।
  • গুৱাহাটীত সোমবাৰে পেট্ৰ'লৰ মূল্য প্ৰতিলিটাৰত ৭৫.৩০ টকা।
  • দেওবাৰে এই মূল্য আছিল ৭৫.৫৭ টকা।
  • গুৱাহাটীত সোমবাৰে ডিজেলৰ মূল্য ৬৯.১৮ টকা।
  • দেওবাৰে এই মূল্য আছিল ৬৯.৪৫ টকা।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in