New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2018/12/3bbde6e9-3e93-4a90-99c6-ae1afa8ca03d.jpg)
- মহানগৰীত পুনৰ শীতৰ প্ৰকোপ বৃদ্ধি।
- কিনকিনীয়া বৰষুণে শীত নমাইছে গুৱাহাটী মহানগৰীত।
- দিনটো পৰিৱেশ গোমা হৈ থকাৰ পিছত হঠাৎ কিনকিনীয়া বৰষুণ।
- কিনকিনীয়া বৰষুণে প্ৰৱল ৰূপ ধাৰণ কৰাৰ আশংকা।
- ঠাণ্ডাৰ পৰা পৰিত্ৰাণ বিচাৰি জুইয়ো ধৰিবলগীয়া হৈছে মহানগৰবাসীয়ে।
- ঠায়ে ঠায়ে কুঁৱলী পৰা পৰিলক্ষিত হৈছে।