সোণাপুৰত বন্যহস্তিৰ কৰুণ মৃত্যু...

ধাননি পথাৰত সংযোগ কৰা বিদ্যুৎ পৰিবাহী তাঁৰত লাগি হাতীটোৰ মৃত্যু হোৱাৰ সন্দেহ কৰিছে ৰাইজে।

author-image
Asomiya Pratidin
New Update
1
  • সোণাপুৰৰ বেজনিত বন্যহস্তিৰ কৰুণ মৃত্যু
  • বিদ্যুৎপৃষ্ঠ হৈ হাতীটো মৃত্যু হোৱাৰ সন্দেহ
  • ধাননি পথাৰত পৰি আছে বন্যহস্তিটো
  • উপস্থিত বনবিভাগৰ লোক 
বন্যহস্তী