/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-03/59757db6-f5d6-4fdc-bfa8-960cda89d690/death_body_11.jpg)
ৰজাদুৱাৰ ঘাটত উদ্ধাৰ অচিনাক্ত ব্যক্তিৰ মৃতদেহ...
-
পুনৰ গুৱাহাটীত উদ্ধাৰ হৈছে এটা মৃতদেহ।
-
গুৱাহাটীৰ ৰজাদুৱাৰ ঘাটত উদ্ধাৰ হৈছে এই মৃতদেহটো।
-
স্থানীয় লোকে পানীত উপঙি থকাৰ অৱস্থাত প্ৰত্যক্ষ কৰে মৃতদেহটো।
-
এই পৰ্যন্ত চিনাক্ত হোৱা নাই উদ্ধাৰ হোৱা মৃতদেহটো।
-
স্থানীয় ৰাইজৰ খবৰৰ ভিত্তিত ঘটনাস্থলীত উপস্থিত হয় আৰক্ষী।
-
আৰক্ষীয়ে উদ্ধাৰ কৰিছে মৃতদেহটো।
-
ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে আৰক্ষীয়ে।