উগ্ৰতাৰা দেৱালয়ৰ বিগ্ৰহ চুৰিকাণ্ডৰ সন্দৰ্ভত আৰু এজনক গ্ৰেপ্তাৰ…

উগ্ৰতাৰা দেৱালয়ৰ বিগ্ৰহ চুৰিকাণ্ডৰ সন্দৰ্ভত আৰু এজনক গ্ৰেপ্তাৰ…
  • উগ্ৰতাৰাৰ মুল বিগ্ৰহৰ চুৰিকাণ্ডৰ সন্দৰ্ভত আৰু এজনক গ্ৰেপ্তাৰ।
  • আৰক্ষীৰ জালত পৰিছে আজিজুল আলী নামৰ অভিযুক্তজন।
  • গুৱাহাটীৰ মহানগৰৰ পাঞ্জাবাৰীৰ পৰা আজিজুল আলীক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে।
  • উল্লেখ্য যে ইতিমধ্যে উদ্ধাৰ হৈছে উগ্ৰতাৰা দেৱালয়ৰ চুৰি বিগ্ৰহ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in