Trends শাৰদী শ্রেষ্ঠ-২০২৪ প্রতিযোগিতাৰ ফলাফল ঘোষণা

Trends শাৰদী শ্রেষ্ঠ-২০২৪ প্রতিযোগিতাৰ ফলাফল ঘোষণা

author-image
Asomiya Pratidin
New Update
Trends শাৰদী শ্রেষ্ঠ-২০২৪ প্রতিযোগিতাৰ ফলাফল ঘোষণা

ডিজিটেল ডেস্কঃ Trends শাৰদী শ্রেষ্ঠ-২০২৪ প্রতিযোগিতাৰ ফলাফল ঘোষণা। শ্রেষ্ঠ প্রতিমাৰ পুৰস্কাৰ লাভ কৰে শ্ৰীপুৰীয়া পূর্বাঞ্চল দুর্গা পূজা কমিটী, তিনিচুকীয়াই। শ্রেষ্ঠ অভিনব সৃষ্টিশৈলী পূজাৰ পুৰস্কাৰ লাভ কৰে প্রগতি সংঘ সার্বজনীন দুর্গা পূজা, বৰপেটাৰোডে।

সর্বশ্রেষ্ঠ পূজাৰ পুৰস্কাৰ লাভ কৰে জয়ানগৰ সাৰ্বজনীন শ্রীশ্রী দুর্গা পূজা, দুলীয়াজানে। শ্রেষ্ঠ ছ'চাইটি পূজাৰ পুৰস্কাৰ লাভ উত্তৰায়ন ভিলা ছ'চাইটি সার্বজনীন দুর্গা পূজা, কাহিলীপাৰাই।

উল্লেখ্য যে, প্রত্যেকখন পূজা কমিটীয়ে পাব ১ লাখ টকাকৈ পুৰস্কাৰ আৰু ছ'চাইটী পূজাৰ পুৰস্কাৰ ৩০ হাজাৰ টকাকৈ। অক্টোবৰ মাহৰ শেষৰ ফালে অফিচত চেকখিনি বিতৰণ কৰা হ'ব।

Also Read: চিলাপথাৰত "বিজ্ঞান আৰ্হি প্ৰদৰ্শন"

Trends শাৰদী শ্রেষ্ঠ-২০২৪