/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-10/0e4dbbc2-a3ab-40bd-9fbd-b59a469f31e8/CRIME_09.jpg)
গান্ধীমণ্ডপত আত্মহত্যা এগৰাকী যুৱতীৰ ।
যুৱতীৰ নাম টানিচা শৰ্মা ।
গুৱাহাটীৰ গান্ধীমণ্ডপত কাষত এই ঘটনা।
যুৱতীগৰাকীৰ আপত্তিজনক ফটো চছিয়েল মিডিয়াত ভাইৰেল কৰাৰ পিছত যুৱতীগৰাকীয়ে সোমবাৰে আত্মহত্যা পথ লয়।
যুৱতীগৰাকীৰ আপত্তিজনক ফটো ভাইৰেল কৰিছিল অমিত মেধী নামৰ যুৱকজনে ।
যুৱতীগৰাকীয়ে ছুইচাইড নোটত লিখি থৈ গৈছে এই কথা ।
ইতিমধ্যে আৰক্ষীয়ে আটক কৰিছে অভিযুক্ত যুৱক অমিত মেধীক ।
যুৱকজনৰ পৰা আৰক্ষীয়ে জব্দ কৰা মোবাইল ফোনত উদ্ধাৰ হৈছে যুৱতীগৰাকীৰ আপত্তিজনক ফটো আৰু ভিডিঅ' ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-07/c19fa097-f028-4961-b5f3-def26b28cbbb/b4cb85ec_8c14_4008_9660_206f5fc69b2b.jpg)
Also Read: গান্ধী জয়ন্তীৰ দিনাই গোলাঘাটত ৩ লাখ গছপুলি ৰোপণৰ প্ৰস্তুতি...