কণ্ঠশিল্পী সুবাসনা দত্তৰ বাসগৃহত চোৰৰ লুটপাত…

কণ্ঠশিল্পী সুবাসনা দত্তৰ বাসগৃহত চোৰৰ লুটপাত…
  • অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী সুবাসনা দত্তৰ বাসগৃহত চুৰিকাণ্ড ।
  • কণ্ঠশিল্পী গৰাকীৰ গুৱাহাটীৰ বৰসজাইত থকা ঘৰত সংঘটিত হৈছে এই ঘটনা।
  • গ্ৰীল ভাঙি সুবাসনাৰ বাসগৃহত প্ৰৱেশ কৰিছিল চোৰে।
  • বিভিন্ন মূল্যবান সামগ্ৰী নষ্ট কৰাৰ লগতে কণ্ঠশিল্পীগৰকীৰ CCTVও খুলি লৈ যায় চোৰৰ দলে ।
  • অৱশ্যে চুৰে নিব নোৱাৰিলে কোনো মূল্যবান সামগ্ৰী।

Related Stories

No stories found.
Asomiya Pratidin
www.asomiyapratidin.in