New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/05/download-3.jpg)
- অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী সুবাসনা দত্তৰ বাসগৃহত চুৰিকাণ্ড ।
- কণ্ঠশিল্পী গৰাকীৰ গুৱাহাটীৰ বৰসজাইত থকা ঘৰত সংঘটিত হৈছে এই ঘটনা।
- গ্ৰীল ভাঙি সুবাসনাৰ বাসগৃহত প্ৰৱেশ কৰিছিল চোৰে।
- বিভিন্ন মূল্যবান সামগ্ৰী নষ্ট কৰাৰ লগতে কণ্ঠশিল্পীগৰকীৰ CCTVও খুলি লৈ যায় চোৰৰ দলে ।
- অৱশ্যে চুৰে নিব নোৱাৰিলে কোনো মূল্যবান সামগ্ৰী।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us