New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/03/agrani-batori.jpg)
- দক্ষিণ কামৰূপৰ ভাগৱতীপাৰাৰ এটা পৰিয়ালৰ ভাৰাতীয়া ঘৰত উদ্ধাৰ হয় তিনিজাঁই গুলীসহ এটা পিষ্টল।
- আৰক্ষী আৰু সেনাৰ অভিযানত জব্দ হয় পিষ্টলটো।
- ঘৰটোত বাস কৰিছিল ঢকুৱাখনাৰ অনুপ গগৈ নামৰ এজন লোক।
- এমাহ ধৰি ভাৰাঘৰটোত আছিল যুৱকজন।
- বৰ্তমান পলাতক হৈ আছে অনুপ গগৈ নামৰ যুৱকজন।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us