প্ৰতিকী ফটো
Published on:
Updated on:
- পেট্ৰলৰ মুল্যবৃদ্ধিৰ ধাৰাবাহিকতা অব্যাহত।
- শনিবাৰে পুনৰ বৃদ্ধি পালে পেট্ৰলৰ মূল্য।
- ১১ পইচাকৈ বৃদ্ধি পালে প্ৰতিলিটাৰ পেট্ৰলৰ দাম।
- গুৱাহাটীত আজি প্ৰতিলিটাৰ পেট্ৰলৰ মূল্য ৮৪.৮৮ টকা।
- আনহাতে আজিও ডিজেলৰ দাম অপৰিৱৰ্তিত।
- গুৱাহাটীত প্ৰতিলিটাৰ ডিজেলৰ দাম ৭৭.২৪ টকা।
Code:
Asomiya Pratidin
www.asomiyapratidin.in