গুৱাহাটীৰ নতুন আৰক্ষী আয়ুক্তৰূপে প্ৰদীপ শালৈয়ে আজি ল’ব দায়িত্ব

গুৱাহাটীৰ নতুন আৰক্ষী আয়ুক্তৰূপে প্ৰদীপ শালৈয়ে আজি ল’ব দায়িত্ব

author-image
asomiyapratidin
New Update
গুৱাহাটীৰ নতুন আৰক্ষী আয়ুক্তৰ পদত প্ৰদীপ শালৈ

  • আজি দায়িত্ব ল'ব গুৱাহাটীৰ নতুন আৰক্ষী আয়ুক্তই।
  • হীৰেণ নাথৰ পৰা ১২বজাত দায়িত্ব গ্ৰহণ কৰিব নৱ-নিযুক্ত গুৱাহাটীৰ আৰক্ষী আয়ুক্ত প্ৰদীপ শালৈয়ে।
  • বৰ্তমানৰ আৰক্ষী আয়ুক্ত হীৰেণ নাথক বিশেষ শাখাৰ মহাপৰিদৰ্শক হিচাপে বদলি।
  • পূৰ্বতেও গুৱাহাটীৰ এছ এছ পি ৰূপে কাৰ্যনিৰ্বাহ কৰিছিল প্ৰদীপ হালৈয়ে।