গুৱাহাটী
উত্তৰ গুৱাহাটীত চুৰিকাণ্ড, সোণৰ গহণাসহ বহু মূল্যবান সা-সামগ্ৰী নিলে লুটি…
- উত্তৰ গুৱাহাটীৰ ৰজাদুৱাৰত চোৰৰ লুটপাত।
- নিশা ঘৰত কোনো নথকাৰ সুযোগ লৈ চোৰৰ লুটপাত।
- কমলেশ্বৰ কলিতা নামৰ লোকজনৰ ঘৰত চুৰিকাণ্ড সংঘটিত।
- চোৰে লৈ গ'ল সোণৰ গহনাসহ মূল্যৱান সা-সামগ্রী।
- নিশা গ্রীল ভাঙি বাসগৃহটোত প্রৱেশ কৰে চোৰে।
- ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ আৰম্ভ কৰিছে তদন্ত।