New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2020/04/noon.jpg)
- লকডাউনৰ মাজতে গুৱাহাটীত ভয়ংকৰ দুৰ্ঘটনা।
- ৰাস্তা নিৰ্মাণত ব্যৱহৃত এখন প্ৰকাণ্ড বাহনৰ চেপাত প্ৰাণ গ'ল এগৰাকী লোকৰ।
- নুনমাটিৰ ৰামনগৰত সংঘটিত হৈছে এই ঘটনা।
- ৰাস্তাৰে খোজ কাঢ়ি আহি থকা অৱস্থাত লোকজনক মহতিয়াই নিয়ে বাহনখনে।
- বাহনৰ তলত সোমাই পৰা লোকজন থিতাতে নিহত হয়।
- ঘটনাস্থলীত উপস্থিত হৈছে আৰক্ষী।
- প্ৰত্যক্ষদৰ্শীয়ে জনায় যে, লোকজনৰ হাতত আছিল বজাৰ কৰি অনা কিছু সামগ্ৰী।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us