প্ৰতীকি ফটো
Published on:
Updated on:
- কামৰূপ মহানগৰ জিলাৰ সুৰাপায়ীসকলৰ বাবে বেয়া খবৰ।
- দেওবাৰৰ পৰা ৩ দিনলৈ নাপাব সুৰা।
- মঙলবাৰৰ বিয়লি ৫ বজালৈকে বন্ধ থাকিব সুৰাৰ প্ৰচলন।
- লোকসভা নিৰ্বাচনৰ তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ প্ৰতি লক্ষ্য ৰাখি ঘোষণা কৰা হৈছে ড্ৰাই ডে'।
- এই সময়ছোৱাত বন্ধ থাকিব সুৰাৰ প্ৰচলন আৰু বিক্ৰী।
- ২৩ এপ্ৰিলত গুৱাহাটী লোকসভা সমষ্টিত অনুষ্ঠিত হ'ব লোকসভা নিৰ্বাচনৰ ভোটগ্ৰহণ।
Code:
Asomiya Pratidin
www.asomiyapratidin.in