Published on:
Updated on:
- দীপক কুমাৰ গুৱাহাটীৰ নতুন আৰক্ষী আয়ুক্ত।
- প্ৰদীপ চন্দ্ৰ শালৈৰ স্থলাভিষিক্ত হ'ব আই পি এছ বিষয়াগৰাকী।
- ৰাজ্যৰ আইন-শৃংখলাৰ মহাপৰিৰ্দশক আছিল কুমাৰ।
- আজি অৱসৰ গ্ৰহণ কৰিব আৰক্ষী আয়ুক্ত প্ৰদীপ চন্দ্ৰ শালৈয়ে।
Code:
Asomiya Pratidin
www.asomiyapratidin.in