গুৱাহাটীৰ মিলন নগৰৰ মছজিদ ছীল কৰিলে প্ৰশাসনে…

গুৱাহাটীৰ মিলন নগৰৰ মছজিদ ছীল কৰিলে প্ৰশাসনে…
  • গুৱাহাটীৰ মিলন নগৰৰ মছজিদ ছীল কৰিলে মহানগৰ প্ৰশাসনে।
  • মিলনপুৰৰ ২ নং মছজিদ ১৬ দিনৰ বাবে ছীল কৰে প্ৰশাসনে।
  • ৰেজ জ'নত অন্তভূক্ত নলবাৰী জিলাৰ পৰা এটা তিনিজনীয়া পৰিয়াল আহি মছজিদটোত থকাক লৈ প্ৰশাসনৰ এই ব্যৱস্থাগ্ৰহণ।
  • পৰিয়ালটো প্ৰত্যক্ষ কৰি তাৰ বিষয়ে ৰাইজে জনাইছিল আৰক্ষীক।
  • দৰাচলতে মছজিদটোৰ চোৱা-চিতাৰ দায়িত্বত আছিল পৰিয়ালটো।
  • ৰমজান মাহ আহি পোৱাৰ লগে লগে অতি বিপদজনক ভাৱে এম্বুলেন্স ভাড়া কৰি আহি গুৱাহাটী পাইছিলহি পৰিয়ালটো।
  • পৰিয়ালৰ ৩ সদস্যক কোৱাৰাইণ্টান কৰিছে প্ৰশাসনে।
  • অহা ১১ মেৰ লৈকে কোনো লোক প্ৰৱেশ কৰিব নোৱাৰিব মিলনপুৰৰ ২ নং মছজিদত।

Related Stories

No stories found.
logo
Asomiya Pratidin
www.asomiyapratidin.in