New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-07/63927153-17df-4667-8a4a-a8c5b0ffd6e7/images.jpg)
ফাইল ফটো
ৰাজ্যিক বিজেপিত দলীয় অন্তঃ কন্দলে লৈছে ভয়ংকৰ ৰূপ।
কেইবাজনো বিজেপিৰ জ্যেষ্ঠ নেতাই দল এৰা সিদ্ধান্ত লোৱাত উদ্বিগ্ন হৈ পৰিছে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা।
দলৰ সংঘাত সন্দৰ্ভত মুখ্যমন্ত্ৰী আৰু ভৱেশ কলিতাৰ বৈঠক।
ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাক তলব।
মুখ্যমন্ত্রীৰ চৰকাৰী বাসভৱনত বৈঠকৰ আয়োজন।