গুৱাহাটী বিনোদন গুৱাহাটীত বলীউদৰ জনপ্ৰিয় কণ্ঠশিল্পী লাকী আলী গুৱাহাটীত বলীউদৰ জনপ্ৰিয় কণ্ঠশিল্পী লাকী আলী asomiyapratidin 05 Jan 2019 17:31 IST Follow UsNew Updateবৰঝাৰ বিমানবন্দৰত উপস্থিত বলীউদৰ জনপ্ৰিয় কণ্ঠশিল্পী লাকী আলী।লাকী আলীক বিমানবন্দৰত উষ্ম আদৰণি অনুৰাগীসকলৰ।বিমানবন্দৰৰ পৰা চিৰাঙলৈ ৰাওনা লাকী আলী।সন্ধিয়া অংশগ্ৰহণ কৰিব চিৰাঙৰ দৈজিং মেলাত।আমাৰ নিউজলেটাৰত চাবস্ক্ৰাইব কৰক! বিশেষ অফাৰ আৰু নতুন খবৰ পোৱাৰ প্ৰথমজন হওকচাবস্ক্ৰাইব কৰক পৰৱৰ্তী প্ৰৱন্ধসমূহ পঢ়ক