গুৱাহাটী বিনোদন গুৱাহাটীত বলীউডৰ জনপ্ৰিয় অভিনেত্ৰী কংগণা ৰানাৱট গুৱাহাটীত বলীউডৰ জনপ্ৰিয় অভিনেত্ৰী কংগণা ৰানাৱট asomiyapratidin 05 Jan 2019 15:18 IST Follow UsNew Updateগুৱাহাটীত উপস্থিত বলীউডৰ জনপ্ৰিয় অভিনেত্ৰী কংগণা ৰানাৱট।বৰঝাৰ বিমানবন্দৰত জনপ্রিয় অভিনেত্ৰীগৰাকীক ওচৰৰ পৰা চাবলৈ অনুৰাগীৰ ভিৰ।খানাপাৰাস্থিত গ্ৰীণ উডছ ৰিজ'ৰ্টত সন্ধিয়া এক অনুষ্ঠানত অংশগ্ৰহণ কৰিব অভিনেত্ৰীগৰাকীয়ে।আমাৰ নিউজলেটাৰত চাবস্ক্ৰাইব কৰক! বিশেষ অফাৰ আৰু নতুন খবৰ পোৱাৰ প্ৰথমজন হওকচাবস্ক্ৰাইব কৰক পৰৱৰ্তী প্ৰৱন্ধসমূহ পঢ়ক