New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/07/e880af65-302c-4b91-a0b9-b43c3e6fb8bf.jpg)
- কাহিলাপাৰা দক্ষিণগাঁৱত সোমবাৰে দুপৰীয়া হঠাৎ ৰাস্তাত বাগৰি পৰিল বিদ্যুৎৰ খুঁটা ।
- জি এম ডি এ আৰু পি ডব্লিউ ডিৰ অধীনত পদপথ আৰু ৰাস্তাৰ কাম চলি থকা অৱস্থাত বাগৰি পৰে বিদ্যুৎ বিভাগৰ দুটাকৈ খুঁটা।
- স্থানীয় লোকৰ ভাষ্য অনুসৰি পি ডব্লিউ ডিৰ ৰ গাফিলতিৰ ফলতে বাগৰি পৰে খুঁটাকেইটা।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/07/e880af65-302c-4b91-a0b9-b43c3e6fb8bf-1024x486.jpg)
- খুঁটাকেইটা বাগৰি পৰা ফলত এতিয়া ৰাস্তাটোত অহা-যোৱাৰ বাবে যান-যঁটৰ সৃষ্টি হয়।