Published on:
Updated on:
- দেওবাৰে জনতা ভৱনত অনুষ্ঠিত হয় জনজাতিকৰণক লৈ বৈঠক।
- ৰাজ্য চৰকাৰে গঠন কৰা মন্ত্ৰী গোটৰ প্ৰথমখন বৈঠক অনুষ্ঠিত হৈছে জনতা ভৱনত।
- ৬ জনগোষ্ঠীৰ জনজাতিকৰণক লৈ আলোচনা কৰা হ'ল বৈঠকত।
- ২৮ জানুৱাৰীত ট্ৰাইবেল সংঘৰে বৈঠকত বহিব মন্ত্ৰী গোট।
- ২৯ জানুৱাৰীত বি টি চি নেতৃত্বৰে আৰু ৩০ জানুৱাৰীত ৰাভা, তিৱা, ঠেঙাল কছাৰী, সোণোৱাল, মিচিং, দেউৰী স্বায়ত্ত পৰিষদৰ নেতৃত্বৰে মিলিত হ'ব আলোচনাত।
- ১৫ ফেব্ৰুৱাৰীত মন্ত্ৰী গোটে দাখিল কৰিব প্ৰতিবেদন।
Code:
Asomiya Pratidin
www.asomiyapratidin.in