প্ৰতীকি ফটো
Published on:
Updated on:
- জালুকবাৰী উৰণীয়া সেঁতুত সংঘটিত হৈছে এক অঘটন।
- উৰণীয়া সেঁতুৰ পৰা বাগৰি পৰি মৃত্যু এজন যুৱকৰ।
- মৃত যুৱকজন বাইহাটাৰ শিংৰাপাৰাৰ ৰমেন ৰাজবংশী বুলি চিনাক্ত।
- উৰণীয়া সেঁতুৰ লাচিত পাৰ্কত সংঘটিত হৈছে এই ঘটনা।
Code:
Asomiya Pratidin
www.asomiyapratidin.in