Published on:
Updated on:
- নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে চচলত ইণ্ডিজেনাছ ফ'ৰাম আছামৰ প্ৰতিবাদ।
- হাতে হাতে কেব বিৰোধী প্লে কাৰ্ড লৈ প্ৰতিবাদ সাব্যস্ত শতাধিক লোকৰ।
- আলোচনাপন্থী আলফাৰ নেতা অনুপ চেতিয়াৰো অংশ গ্ৰহণ প্ৰতিবাদত।
- 'অসমীয়া ৰাইজৰ অস্তিত্বৰ প্ৰতি সংকট নমাই আনিছে বিজেপিয়ে।'
- 'অসমৰ খিলঞ্জীয়া ৰাইজে চৰকাৰৰ এই ষড়যন্ত্ৰৰ বিৰুদ্ধে গণতান্ত্ৰিকভাৱে আন্দোলন কৰি যাব।'
- -নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰি এইদৰে মন্তব্য কৰে অনুপ চেতিয়াই।
Code:
Asomiya Pratidin
www.asomiyapratidin.in