মহানগৰীৰ পাণ্ডুৰ ৰে'লৱে বজাৰত অগ্নিকাণ্ড। শ্বৰ্ট চাৰ্কিটৰ ফলত বৈদ্যুতিক খুঁটাত সূত্ৰপাত হয় জুইৰ। অগ্নিনিৰ্বাপক বাহিনীৰ তৎপৰতাত জুই নিৰ্বাপন। কথমপি ৰক্ষা পৰে বজাৰখনৰ বহুকেইখন দোকান।