Published on:
Updated on:
- মহানগৰীৰ ভয়াৱহ অগ্নিকাণ্ড।
- লালমাটিত সংঘটিত হৈছে এই অগ্নিকাণ্ড।
- অসম বিশ্ববিদ্যালয়ৰ প্ৰবক্তা ড০ এ. কে তামুলীৰ বাসগৃহৰ প্ৰথম মহলাত ঘটে জুইৰ সূত্ৰপাত।
- ঘটনাস্থলীত অগ্নিনিৰ্বাপক বাহিনী উপস্থিত হৈ নিয়ন্ত্ৰণ কৰে জুই।
Code:
Asomiya Pratidin
www.asomiyapratidin.in