Published on:
Updated on:
- গুৱাহাটী মহানগৰীত গুলীচালনাৰ ঘটনা।
- কুমাৰপাৰাত এজন লোকক গুলীচালনা দুৰ্বৃত্তৰ।
- লোকজনৰ দেহত লাগে গুলী।
- গুৰুতৰভাৱে আহত হৈছে লোকজন।
- লোকজনৰ নাম শ্যাম শৰ্মা।
- গুলীবিদ্ধ শৰ্মাক প্ৰথমে ভৰ্তি কৰা হয় গুৱাহাটী মাৰোৱাৰী হাস্পতালত।
- পিছত উন্নত চিকিৎসাৰ বাবে নিয়া হয় এপল' হাস্পতাললৈ।
- প্ৰত্যক্ষদৰ্শীৰ মতে বাইকত আহিছিল দৃৰ্বৃত্তৰ দলটো।
- ঘটনাস্থলীৰ পৰা আৰক্ষীয়ে উদ্ধাৰ কৰিছে এটা বেগ।
Code:
Asomiya Pratidin
www.asomiyapratidin.in