Published on:
Updated on:
- মহানগৰীৰ বশিষ্ঠত আৰক্ষীৰ বাহন ভাঙিলে সুৰাসক্ত যুৱকে।
- বশিষ্ঠ আৰক্ষীৰ ১১২বাহনত আক্রমণ সুৰেন বৰা নামৰ যুৱকজনৰ।
- বাহনখনৰ ক্ষতি সাধন কৰাৰ লগতে কৰ্তব্যৰত আৰক্ষীকো প্রহাৰ।
- বশিষ্ঠৰ ১৩ নং গলিত সংঘটিত হৈছে এই ঘটনা।
Code:
Asomiya Pratidin
www.asomiyapratidin.in