ডিজিটেল ডেস্কঃ নিৰ্বাচনৰ পূৰ্বেই গুৱাহাটী কৰ্মাচ কলেজৰ ছাত্ৰ একতা সভাৰ নিৰ্বাচনত বিনা প্ৰতিদ্বন্দ্বিতাৰে সাধাৰণ সম্পাদক পদত আছুৰ সৰ্মথিত প্ৰাৰ্থী নিলাংক কুমাৰ গোস্বামী আৰু সহ:সাধাৰণ সম্পাদক পদত দিপাংকৰ ডেকা নিৰ্বাচিত হৈছিল । তাৰ পাছতে বৃহস্পতিবাৰে গুৱাহাটী কৰ্মাচ কলেজত অনুষ্ঠিত হোৱা ছাত্ৰ একতা সভাৰ সাধাৰণ নিৰ্বাচনত অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদে বৃহৎ জয়লাভ সাব্যস্ত কৰিবলৈ সক্ষম হয়। ৭ টাকৈ গুৰুত্বপূৰ্ণ পদত নিজৰ আধিপত্য বিস্তাৰ কৰে এবিভিপিয়ে । বৃহস্পতিবাৰে সন্ধিয়াভাগত ঘোষণা কৰা মহাবিদ্যালয়খনৰ নিৰ্বাচনৰ ফলাফল এনেধৰনৰ-