‘ভাৰত ৰত্ন’ৰ সন্দৰ্ভত মাইনী মহন্তক কি ক’লে তেজ হাজৰিকাই, চাওক VIDEO

‘ভাৰত ৰত্ন’ৰ সন্দৰ্ভত মাইনী মহন্তক কি ক’লে তেজ হাজৰিকাই, চাওক VIDEO
  • গুৱাহাটী ক্লাৱত ৭০ সংগঠনৰ সংকল্প সভা তথা বিজয় উৎসৱ।
  • এই সভাত উপস্থিত ৭০ সংগঠনৰ নেতৃত্বৰ লগতে উপস্থিত কেইবাজনো বিশিষ্ট ব্যক্তি।
  • হাইদৰ হুচেইন, মাইনী মহন্ত, অদীপ ফুকন, লোকনাথ গোস্বামী, নেকিবুৰ জামানৰ লগতে বহুকেইজন বিশিষ্ট ব্যক্তি উপস্থিত।
  • ভাষণত মাইনী মহন্তই তেজ হাজৰিকাই ভাৰত ৰত্নৰ ক্ষেত্ৰত গ্ৰহণ কৰা প্ৰদক্ষেপৰ কথায়ো কলে ।
  • ফোনেৰে তেজ হাজৰিকাৰ সৈতে কথা পতাৰ কথা কলে মাইনী মহন্তই।
  • মাইনী মহন্তই কলে ' মোক তেজে কৈছে এয়া সম্পূৰ্ণ অসাংবিধানিক'।
  • উল্লেখ্য যে, সুধাকন্ঠক প্ৰদান কৰা ভাৰত ৰত্ন সন্মান গ্ৰহণক লৈ অনীহা প্ৰকাশ কৰিছিল পুত্ৰ তেজ হাজৰিকাই।
  • বিধেয়কৰ বিৰোধিতাৰেই এই সিদ্ধান্ত গ্ৰহণ কৰিছিল তেজ হাজৰিকাই।
  • অসমীয়া প্ৰতিদিনৰ ডিজিটেল ডেস্কত প্ৰথমবাৰৰ বাবে প্ৰকাশ পাইছিল এই খবৰ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in