Published on:
Updated on:
- গুৱাহাটী বিমান বন্দৰত আহি উপস্থিত হল দেশৰ উপ ৰাষ্ট্ৰপতি এম ভেংকায়া নাইডু।
- উপ ৰাষ্ট্ৰপতি গৰাকীক বিমান বন্দৰত উষ্ম আদৰণি।
- মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱোল, ৰাজ্যপাল জগদীশ মুখী আৰু মুখ্যমন্ত্ৰীৰ প্ৰেছ উপদেষ্টা হৃষিকেশ গোস্বামীয়ে আদৰণি জনালে উপ-ৰাষ্ট্ৰপতি গৰাকীক।
- ২১ সংখ্যক উত্তৰ-পূব গ্ৰন্থমেলাৰ উদ্বোধনী অনুষ্ঠানত অংশ লবলৈ গুৱাহাটীলৈ আহিছে উপ ৰাষ্ট্ৰপতিগৰাকী।
- বিয়লি ৪বজাৰ পৰা চানমাৰি অভিযান্ত্ৰিক প্ৰতিষ্ঠানৰ খেলপথাৰত আৰম্ভ হব উদ্বোধনী অনুষ্ঠান।
- এই অনুষ্ঠানতে শশীকান্ত বৰবৰুৱা বঁটা সাদিন-প্ৰতিদিন গোষ্ঠীৰ স্বতাধিকাৰী জয়ন্ত বৰুৱাক প্ৰদান কৰিব উপ ৰাষ্ট্ৰপতি নাইডুৱে।
Code:
Asomiya Pratidin
www.asomiyapratidin.in