গুৱাহাটী বিশ্ববিদ্যালয়ত ডাইনী হত্যাৰ অপৰাধ সন্দৰ্ভত আলোচনা চক্ৰ...

অসমৰ ডাইনী হত্যাৰ অপৰাধ সন্দৰ্ভত গুৱাহাটী বিশ্ববিদ্যালয়ৰ নাৰী অধ্যয়ন বিভাগ আৰু নতুন দিল্লীৰ নিৰন্তৰ ট্ৰাষ্টৰ গুৱাহাটী শাখাৰ উদ্যোগত যোৱা ২৯ নৱেম্বৰত গুৱাহাটী বিশ্ববিদ্যালয়ত এক আলোচনাৰ চক্ৰৰ আয়োজন কৰা হয়। আলোচনাত অসমত ডাইনী হত্যাৰ  প্ৰাদুৰ্ভাৱ

author-image
Asomiya Pratidin
New Update
ssss

ডিজিটেল ডেস্কঃ অসমৰডাইনীহত্যাৰঅপৰাধসন্দৰ্ভতগুৱাহাটীবিশ্ববিদ্যালয়ৰনাৰীঅধ্যয়নবিভাগআৰুনতুনদিল্লীৰনিৰন্তৰট্ৰাষ্টৰগুৱাহাটী শাখাৰউদ্যোগতযোৱা২৯নৱেম্বৰতগুৱাহাটীবিশ্ববিদ্যালয়তএকআলোচনাৰচক্ৰৰআয়োজনকৰাহয়

আলোচনাতঅসমতডাইনীহত্যাৰপ্ৰাদুৰ্ভাৱআৰুঅসমডাইনীঅপৰাধ (নিষেধ, প্ৰতিষেধআৰুসুৰক্ষাপ্ৰদান) আইন, ২০১৫বিষয়েআলোকপাতকৰাহয়গুৱাহাটীবিশ্ববিদ্যালয়ৰনাৰীঅধ্যয়নবিভাগৰঅধ্যাপক: পলিকলিনেআদৰণিভাষণেৰেআলোচনাৰশুভাৰম্ভকৰেনতুন দিল্লীৰ নিৰন্তৰ ট্ৰাষ্টৰ গুৱাহাটী শাখাৰ ৰাজ্যিক সমন্ৱয়ক গীতাৰাণীভট্টাচাৰ্যই ইয়াৰ পাছতে নিৰন্তৰ ট্ৰাষ্টৰ বিষয়ে এক পৰিচয়মূলক ভাষণ প্ৰদান কৰে

আলোচনাতঅংশগ্ৰহণকৰাঅসমমহিলাসমতাচচাইটীৰকৰ্মীতথাসমাজসেৱীমামণিশইকীয়া, অধিবক্তাদেৱস্মিতা ঘোষ আদিবিশিষ্টবক্তাসকলেঅসমতবিশেষকৈকোকৰাঝাৰ, গোৱালপাৰাআদিজিলাতডাইনীহত্যাৰপ্ৰাদুৰ্ভাৱৰবিষয়েআলোচনাকৰে

অসমমহিলাসমতাচচাইটীৰকৰ্মীমামণিশইকীয়াইতেওঁৰভাষণতডাইনীহত্যাৰোধকৰাৰক্ষেত্ৰতসজাগতাসৃষ্টিৰগুৰুত্বপূৰ্ণভূমিকাৰবিষয়েকয়ভূক্তভূগীমহিলাসকলৰবিৰুদ্ধেউত্থাপনহোৱাভুৱাঅভিযোগআৰুঅমানৱীয়ব্যৱহাৰৰঘটনাৰউদাহৰণদাঙিধৰিশইকীয়াইআইনখনশীঘ্ৰেকাৰ্যকৰীকৰাৰবাবেআহ্বানজনায়

অধিবক্তাদেৱস্মিতাঘোষেঅসমডাইনীঅপৰাধ (নিষেধ, প্ৰতিষেধআৰুসুৰক্ষাপ্ৰদান) আইন, ২০১৫বিভিন্নদিশসমূহৰবিষয়েআলোচনাকৰিলিংগনিৰপেক্ষদৃষ্টিভংগীৰগুৰুত্বৰওপৰতআলোকপাতকৰেআলোচনাতঅংশগ্ৰহণকাৰীসকলেডাইনীহত্যাৰগোচৰতভুক্তভোগীৰক্ষতিপূৰণ, আইনীগোচৰতন্যায়পালিকাৰভূমিকা, আৰুডাইনীহত্যানিৰ্মূলকৰাৰক্ষেত্ৰতগ্ৰহণকৰিবলগীয়াবাস্তৱপদক্ষেপৰবিষয়েপ্ৰশ্নউত্থাপনকৰে

আৰাধনাসিংহাইআঁতধৰাঅনুষ্ঠানটোৰসামৰণিভাষনতগীতাৰাণীভট্টাচাৰ্যইডাইনীহত্যাৰোধৰবাবেসংকল্পপ্ৰস্তাৱপাঠকৰিসামূহিকব্যৱস্থাগ্ৰহণৰপ্ৰয়োজনীয়তাৰবিষয়েগুৰুত্বআৰোপকৰেঅসমডাইনীঅপৰাধ (নিষেধ, প্ৰতিষেধআৰুসুৰক্ষাপ্ৰদান) আইনৰসঠিকৰূপায়ণৰপ্ৰয়োজনীয়তাৰওপৰতগুৰুত্বআৰোপকৰিভট্টাচাৰ্যইউদ্বেগপ্ৰকাশকৰেযেবৰ্তমানৰআইনখনতসঠিকভাৱেনিৰ্দেশনাসমূহপালনকৰাহোৱানাই, আৰুফলস্বৰূপেফলপ্ৰসূৰূপায়ণৰঅভাৱপৰিলক্ষিতহৈছে

গুৱাহাটী বিশ্ৱবিদ্যালয়ৰ নাৰী অধ্যয়ন বিভাগ আৰু নতুন দিল্লীৰ নিৰন্তৰ ট্ৰাষ্টৰ গুৱাহাটী শাখাৰ যুটীয়া উদ্যোগত অসম চৰকাৰলৈ এই সম্পৰ্কে দাবী জনোৱাৰ বিষয়ে আলোচনাত সিদ্ধান্ত গ্ৰহণ কৰা হয়

গুৱাহাটী