New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2018/12/graphics-val-khbr.jpg)
- দীৰ্ঘদিনীয়া যাতায়তৰ অসুবিধাৰ পৰা পৰিত্ৰাণ পাব উত্তৰ গুৱাহাটীবাসীয়ে।
- বৃহস্পতিবাৰে গুৱাহাটী আৰু উত্তৰ গুৱাহাটীৰ মাজত মুকলি হ'ব ৰ'ৰ' জাহাজ সেৱা।
- উত্তৰ গুৱাহাটীৰ মধ্যম খণ্ডত অনুষ্ঠিত হ'ব এই অনুষ্ঠান।
- অনুষ্ঠানত উপস্থিত থাকিব মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী।
- বিয়লি ৩ বজাত মুকলি কৰা হ'ব এই জাহাজ সেৱা।
- এই সেৱাই ভাল খবৰ কঢ়িয়াই আনিছে গুৱাহাটী-উত্তৰ গুৱাহাটীৰ মাজৰ যাত্ৰীসকলৰ বাবে।