Published on:
Updated on:
- গুৱাহাটী মেডিকেল কলেজৰ হোষ্টেলত উদ্ধাৰ মৃতদেহ।
- এমএমবিএছৰ চূড়ান্ত বৰ্ষৰ এজন ছাত্ৰৰ মৃতদেহ উদ্ধাৰ।
- মৃত ছাত্ৰজনৰ নাম নিমচিং পানমেই।
- হোষ্টেলৰ তলত পৰি থকা অৱস্থাত উদ্ধাৰ মৃতদেহ।
- মৃত ছাত্ৰজনৰ ঘৰ ডিমা হাচাওৰ মাহুৰত বুলি জানিব পৰা গৈছে।
Code:
Asomiya Pratidin
www.asomiyapratidin.in