Published on:
Updated on:
- গুৱাহাটী বিশ্ববিদ্যালয়ৰ এজন কৰ্মচাৰীৰ দেহত কোভিড-১৯ পজিটিভ।
- গুৱাহাটী বিশ্ববিদ্যালয়ত ক্লাৰ্ক হিচাপে কৰ্মৰত মনোজ কুমাৰ নামৰ লোকজন আক্ৰান্ত হৈছে কোৰোনা ভাইৰাছত।
- বিশ্ববিদ্যালয়ৰ বিকেবি প্ৰভেছাৰ কলনীৰ সমীপতে বাস কৰে।
- মনোজ কুমাৰে লগতে গাখীৰৰ ব্যৱসায়ো কৰে।
- বিশ্ববিদ্যালয়খনৰ কেইবাজনো প্ৰফেছাৰক তেওঁ গাখীৰ যোগান ধৰি আহিছিল।
- আৰু মনোজ কুমাৰৰ কোভিড পজিটিভ ধৰাৰ পাছতে প্ৰফেছাৰ কলনীত আতংকৰ সৃষ্টি হৈছে।
Code:
Asomiya Pratidin
www.asomiyapratidin.in