গুৱাহাটী
মহানগৰীৰ চূণচালিত জব্দ ২৫.১১ লাখ টকা
- মহানগৰীৰ চূণচালিৰ জয়পুৰত আৰক্ষীৰ অভিযান।
- অভিযানত উদ্ধাৰ ২৫.১১ লাখ টকা।
- মহেশ্ৰী দত্ত বৰুৱা নামৰ এজন লোকৰ পৰা উদ্ধাৰ কৰা হৈছে টকাখিনি।
- লোকজনক জেৰা অব্যাহত ৰাখিছে আৰক্ষীয়ে।
- এছএছটি আৰু নুনমাটি আৰক্ষীৰ যুটীয়া অভিযানত জব্দ কৰা হৈছে টকাখিনি।
- কোনো নথি দেখুৱাব নোৱাৰাৰ বাবে জব্দ কৰা হয় ধনখিনি।