Published on:
Updated on:
- বঙালী সংগঠনৰ সমাবেশৰ বিৰোধিতাৰে চানমাৰীত ৪২টা সংগঠনৰ বৈঠক।
- ১৭ নৱেম্বৰত বঙালী সংগঠনৰ সমাবেশৰ বিৰোধিতা ৪২টা সংগঠনৰ।
- ৪২টা সংগঠনে সৰ্বশক্তিৰে বাধা দিব এই সমাবেশক।
- চৰকাৰৰ পৃষ্ঠপোষকতাতে এই সমাবেশৰ আয়োজন কৰা বুলিও অভিযোগ।
- বঙালী সংগঠনৰ সমাবেশ বন্ধ কৰিবলৈ চৰকাৰক ১ নৱেম্বৰলৈ সময়সীমা বান্ধি দিলে ৪২টা সংগঠনে।
- যুটীয়া সংসদীয় কমিটীকো তীব্ৰ সমালোচনা বৈঠকত।
- নাগৰিকত্ব সংশোধনী বিধেয়কক লৈ অসমত পুনৰ শুনানি গ্ৰহণ কৰিবলৈ আহিম বুলি কৈও নহা যুটীয়া সংসদীয় কমিটীক তীব্ৰ সমলোচনা বৈঠকত।
- বৈঠকত হোৱা প্ৰস্তাৱৰ বিষয়ে সংবাদমেলযোগে জনালে অখিল গগৈয়ে।
Code:
Asomiya Pratidin
www.asomiyapratidin.in