Published on:
Updated on:
- মঙলবাৰে অসমত উপস্থিত হ'ব বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহ।
- ২৮ নবেম্বৰত মিজোৰামত অনুষ্ঠিত হ'ব ভোটগ্ৰহণ।
- সেই অনুসৰি বুধবাৰে মিজোৰামত নিৰ্বাচনী প্ৰচাৰ চলাব শ্বাহে।
- মঙলবাৰে নিশা ৯.৩০ বজাত বৰঝাৰত বিমান বন্দৰত উপস্থিত হ'বহি অমিত শ্বাহ।
- বৰঝাৰত আদৰণি জনাব মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাসে।
- মঙলবাৰৰ নিশা গুৱাহাটী আৱৰ্ত ভৱনত কটাব অমিত শ্বাহে।
Code:
Asomiya Pratidin
www.asomiyapratidin.in