প্ৰতীকি ফটো
Published on:
Updated on:
- গুৱাহাটীত আম আদমি পাৰ্টীৰ নেতা তথা দিল্লীৰ বিধায়ক সোমনাথ ভাৰতীৰ সংবাদমেল।
- বিজেপি চৰকাৰক সমালোচনা নেতাজনৰ।
- 'নিজ প্ৰতিশ্ৰুতি ৰক্ষা কৰাত ব্যৰ্থ হৈছে বিজেপি চৰকাৰ।'
- তেওঁৰ মতে, বিকাশৰ কথা কৈ চৰকাৰ গঠন কৰিছিল বিজেপিয়ে।
- 'এতিয়া বিকাশ অসম আৰু দেশৰ কতোৱেই নাই।
- 'শিক্ষাৰ ক্ষেত্ৰতো পৰিৱৰ্তন আনিব পৰা নাই বিজেপিয়ে।'
- আম আদমি পাৰ্টীৰ চৰকাৰ অহাৰ পিছত দিল্লীত উন্নতি হৈছে বুলি মন্তব্য তেওঁৰ।
- বিধায়কজনৰ মতে, মন্ত্ৰী-বিষয়াৰ বিদেশ ভ্ৰমণৰ পৰিৱৰ্তে বিদ্যালয়ৰ প্ৰধান শিক্ষকক অধ্যয়নৰ বাবে পঠিয়াইছে তেওঁলোকে।
Code:
Asomiya Pratidin
www.asomiyapratidin.in