Published on:
Updated on:
- পুনৰ কৃত্ৰিম বানৰ কবলত মহানগৰ।
- ছয়মাইল, যোৰাবাটত পানীৰ তলত ৰাজপথ।
- এঘণ্টাৰ বৰষুণতে এই কৃত্ৰিম বান।
- ব্যাপক যান-জঁট যোৰাবাটত।
- দূৰণিবটীয়া নৈশ বাছ যাত্ৰীৰ দুৰ্ভোগ।
- পাহাৰৰ পৰা বৈ অহা পানীৰ ফলতেই এই কৃত্ৰিম বান।
Code:
Asomiya Pratidin
www.asomiyapratidin.in