মহানগৰীত অবৈধ সুৰাৰ বিৰুদ্ধে আবকাৰী বিভাগৰ অভিযান

মহানগৰীত অবৈধ সুৰাৰ বিৰুদ্ধে আবকাৰী বিভাগৰ অভিযান
  • মহানগৰীত অবৈধ সুৰাৰ বিৰুদ্ধে আবকাৰী বিভাগৰ অভিযান।
  • বৈকুণ্ঠ নগৰ পাহাৰ আৰু বামুণীমৈদামত অভিযান আবকাৰী বিভাগৰ।
  • কেইবাটাও অবৈধ দেশীয় সুৰাৰ ভাটি আবকাৰী বিভাগে ধ্বংস কৰা বুলি জানিব পৰা গৈছে।
  • সুৰা ট্ৰেজেডীৰ পিছতে এনেদৰে উলাই আহিছে আবকাৰী বিভাগ।
  • মহানগৰীটো বিগত কেইবাদিনো ধৰি অভিযান চলাইছে আবকাৰী বিভাগে।
  • আবকাৰী বিভাগে তীব্ৰতৰ কৰি তুলিছে সুৰাবিৰোধী অভিযান।

Related Stories

No stories found.
Asomiya Pratidin
www.asomiyapratidin.in