New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2018/09/agrani-news-750x430.jpg)
- মহানগৰীত অবৈধ সুৰাৰ বিৰুদ্ধে আবকাৰী বিভাগৰ অভিযান।
- বৈকুণ্ঠ নগৰ পাহাৰ আৰু বামুণীমৈদামত অভিযান আবকাৰী বিভাগৰ।
- কেইবাটাও অবৈধ দেশীয় সুৰাৰ ভাটি আবকাৰী বিভাগে ধ্বংস কৰা বুলি জানিব পৰা গৈছে।
- সুৰা ট্ৰেজেডীৰ পিছতে এনেদৰে উলাই আহিছে আবকাৰী বিভাগ।
- মহানগৰীটো বিগত কেইবাদিনো ধৰি অভিযান চলাইছে আবকাৰী বিভাগে।
- আবকাৰী বিভাগে তীব্ৰতৰ কৰি তুলিছে সুৰাবিৰোধী অভিযান।
/asomiyapratidin/media/agency_attachments/2024/11/06/2024-11-06t103056273z-dwa-ad-banner-2024-300x250.png)
Follow Us