গুৱাহাটী মহানগৰীত পুনৰ বনৰীয়া হাতীৰ তাণ্ডৱ… মহানগৰীত পুনৰ বনৰীয়া হাতীৰ তাণ্ডৱ… asomiyapratidin 29 May 2019 16:36 IST Follow UsNew Update মহানগৰীত পুনৰ বনৰীয়া হাতীৰ তাণ্ডৱ।বতাহঘুলি প্ৰাথমিক বিদ্যালয়ত হাতীৰ তাণ্ডৱ ।মঙলবাৰে নিশা হাতীয়ে ভাঙিলে স্কুলৰ খিৰিকি, পানীৰ টেংকী।ইয়াৰ পূৰ্বেও বিদ্যালয়খনত হাতীয়ে চলাইছিল তাণ্ডৱ ।আমাৰ নিউজলেটাৰত চাবস্ক্ৰাইব কৰক! বিশেষ অফাৰ আৰু নতুন খবৰ পোৱাৰ প্ৰথমজন হওকচাবস্ক্ৰাইব কৰক পৰৱৰ্তী প্ৰৱন্ধসমূহ পঢ়ক