প্ৰতীকি ফটো
Published on:
Updated on:
- গুৱাহাটী মহানগৰী কপাই গল ভূমিকম্পই।
- মহানগৰীৰ উপকন্ঠ এলেকাতে এই ভূমিকম্পন অনুভূত হয়।
- এই ভূমিকেন্দ্ৰৰ প্ৰাবল্য বৰ্তমানলৈ জানিব পৰা হোৱা নাই।
- এই ভূমিকম্পত কোনো লোক হতাহত হোৱা খবৰ পোৱা হোৱা নাই।
Code:
Asomiya Pratidin
www.asomiyapratidin.in