New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-05/9e5ad9ea-116e-411d-97d2-a2e68c00ab47/Sangita.jpg)
চিকিৎসক দম্পতী সংগীতা দত্ত-ৱালিউল ইছলামৰ বিপদ নিশ্চিত !
ডা০ সংগীতা দত্ত-ৱালিউল ইছলামৰ বিৰুদ্ধে আই পি চি ৩৭৬(ক) আৰু (খ) নং ধাৰাত আৰোপ।
পক্সো আইনৰ ৬নং ধাৰাত দোষী সাৱ্যস্ত হ’লে যাৱজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত হ‘ব।
পক্সো আইনৰ ৬নং ধাৰাত দুয়োৰে বিৰুদ্ধে চলিব গোচৰ।
বৃহস্পতিবাৰে POCSOআদালতৰ চাৰ্জ ফ্ৰেম।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
 Follow Us