Published on:
Updated on:
- দিশপুৰত উত্তপ্ত পৰিস্থিতি অব্যাহত।
- আৰক্ষীয়ে প্ৰতিবাদকাৰীক খেদিবলৈ পুনৰ পানী মাৰিছে।
- কিন্তু প্ৰতিবাদকাৰীক নিয়ন্ত্ৰণ কৰিব পৰা নাই।
- হাজাৰ হাজাৰ প্ৰতিবাদকাৰীৰ চৰকাৰ বিৰোধী শ্ল'গান।
- একাংশ প্ৰতিবাদকাৰীয়ে পথত বহিয়ে সাব্যস্ত কৰিছে প্ৰতিবাদ।
- পূৰ্বে প্ৰশাসনৰ বাহন ভঙাৰ লগতে এখন অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ী জ্বলাই দিছিল প্ৰতিবাদকাৰীয়ে।
- একাংশ প্ৰতিবাদকাৰীয়ে কৰিছিল শিলাবৰ্ষণ।
- বেৰিকেট জ্বলাই দিছিল হাজাৰ হাজাৰ প্ৰতিবাদকাৰীয়ে।
Code:
Asomiya Pratidin
www.asomiyapratidin.in