Published on:
Updated on:
- মহানগৰীৰ ধাৰাপুৰত পথ দুৰ্ঘটনা।
- নিয়ন্ত্রণ হেৰুৱাই ডিভাইডাৰত খুন্দা মাৰি বাগৰি পৰিল এখন বেলেন' বাহন।
- দুৰ্ঘটনাৰ ফলত এখন স্কুটীসহ দুগৰাকী যুৱতীবাগৰি পৰে নলাত।
- যুৱতী দুগৰাকীক সংকটজনক অৱস্থাত আজাৰা হাস্পতালত ভৰ্তি কৰা হৈছে।
- বেলেন' বাহনখনৰ নম্বৰ AS-21 H 8424
Code:
Asomiya Pratidin
www.asomiyapratidin.in